শ্বহীদ

©Admin
0
বন্দে মাতৰম ধ্বনিত

গগন চুম্বি ৰজন জনাই

স্বাধীনতাৰ ধ্বজা উৰুৱাই

দেশৰ বীৰ বীৰাংগনা

দেশৰ হকে হাঁহিমুখে

দিছিল প্ৰাণ বলিদান

বিদেশীৰ কতনা শোষণ

 অত্যাচাৰ সহ্য কৰি 

আনিলে স্বাধীনতাৰ নৱ প্ৰভাত 

সেই দেশ আকৌ বিপদত

সোণৰ দেশৰ ওপৰত বিদেশীৰ চকু

এতিয়া সময় দেশৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি 

যচাৰ একমাত্ৰ উপায় 

নিজ প্ৰাণৰ চিন্তা নকৰি

জাতিধৰ্ম ভেদাভেদ পাহৰি

আহা ওলাই দেশৰ নজোৱান

তথাপিও বিদেশী শত্ৰুক এশিকনি দি

দেশৰ হকে যুঁজি শ্বহীদ হম আমি ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)