বাৰিষা

©Admin
0
বাৰিষা বৰষুণত 
বোকা আলিবাট
ধুপুধপ ধুনীয়া
 গাভৰু ছোৱালীজনী
ঘৰৰপৰা ওলাল
স্টাইল মাৰি মবাইলত
হেল্ল হেল্ল বুলি কয়
তাকেই দেখি ল'ৰামখাই
কিৰিলি মাৰি জোকাই ৷

📝তন্ময় ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)