দৈনিক ৰাশিফল

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                          ৫ আহাৰ, শনিবাৰ,ইং ২০জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪০/৪৬সূৰ্য্যাস্ত ঘ:৬/৭/৩৯

ৰাশি - বৃষ ৰাশি।ৰা:ঘ ১/২২/৫৬ যোৱাত মিথুন ৰাশি‌।
তিথি - কৃষ্ণা চতুৰ্দ্দশী। ঘ: ১১/১৭/৩১লৈ।
নক্ষত্ৰ  - ৰোহিনী ,ঘ: ১/৫/১৮ লৈ।
আদ্যঋতু হলে -  পতিহিতা যোগ।
যাত্ৰা - পশ্চিম দিশত নাই।  ঘ: ১১/১৭/৩১ যোৱাত ঈশান কোনত  নাই ।
যোগিনী -  পশ্চিম দিশত ।  ঘ: ১১/১৭/৩১ যোৱাত ঈশান কোনত ।
মৰণত দোষ - দ্বিপদ।ঘ:১১/১৭/৩১ যোৱাত এপদ।
ভক্ষাভক্ষ্য - মাটিমাহ, মাছ মাংস খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে প্ৰেম আৰু কৰ্মত শুভ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও কৰ্মত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সংগীত শিল্পী সকলৰ শুভ, আয় বাঢ়িব, লগতে জ্ঞান লাভ  হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত যশস্যা বাঢ়িব যদিও সামান্য ব্যয় বাঢ়িব পাৰে, লগতে মনত সামান্য ভয় /চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উকীল সকলৰ শুভ, যদিও সামান্য ব্যয় বৃদ্ধি হব লগতে কৰ্মত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বৃদ্ধি হব, প্ৰেমত শুভ, লগতে গৃহ উন্নতি হোৱাৰ  যোগ দেখা যায।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত উন্নত চিন্তা বাঢ়িব, যশস্যা বাঢ়িব, যদিও সজাগ নহলে ক্ষতি  হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, কৰ্মত উন্নতি হব,লগতে সামাজিক পৰিৱৰ্তন হোৱাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মত সহায় লাভ কৰিব, যদিও সজাগ নহলে মিছা অপৱাদ পোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ শুভ, যদিও অৰ্থ আগমন হ্ৰাস হব পাৰে লগতে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সমস্যাৰ সমাধান হব, আয় বাঢ়িব, লগতে কৰ্মত উন্নতি হোৱাৰ  যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, ভ্ৰমনত শুভ, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)