প্ৰত্যাশা

©Admin
0
মই তোমাৰ পৰা কি বিচাৰোঁ জানা ?
বিচাৰোঁ মাথোঁ,
বিশ্বাস, ভালপোৱা
আৰু ....
অফুৰন্ত মৰম,

সুখটো তোমাকে বিচাৰোঁ
আৰু দুখটো তোমাকেই, 
ভয়তো তোমাকে সাবটো
আৰু সফলতাতো তোমাকেই !!


প্ৰেমৰ এই মিঠা-অনুভূতিৰ
মধুময় স্বপ্নবোৰ,
তোমাৰ সৈতেই ৰচিব খোজোঁ!
ৰচিব খোজোঁ এটি কাহিনী,
সচা কাহিনী !!!
তোমাৰ আৰু মোৰ....



✍️স্বাতী জয়ছোৱাল
নাহৰকটীয়া, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)