অপেক্ষা মাথোঁ বুজন ক্ষণলৈ

©Admin
0
আজি নি:সংগতাৰ ৰাজত্ব
মোৰ মন নগৰীত।
মইটো কলীয়া হোৱা হ'লে
আজি বলিয়া হোৱাৰ হয়টো প্ৰয়োজনেই নহ'ল হয় ?
তাই কবিতা লিখে
তাইৰ অতীতৰ সুমধুৰ স্মৃতিক ৰোমন্থন কৰি।
এই অধমে
তাতেই নিজক জুকিয়াই চাওঁ।
আজি মাথোঁ অপেক্ষা বুজন ক্ষণলৈ
অবুজ এই মনটোৰ ভাৱনাক।

📝কিৰণ জয় চাওদাং
নাহৰকটীয়া,ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)