আশাই জীৱন

©Admin
0
দুচকুত সপোন 
সপোনতে আশা
আশাই জীৱন
মনৰ ইচ্ছা চুবলৈ আকাশ ৷
মই যাত্ৰী লক্ষ্যপথৰে
বোকা পানী গছকি 
যাব লাগিব বহু দুৰ
সফলতা ফুলপাহ
যে নাই বেছি দুৰ 
আশাৰে মেলি দুই হাত 
মই আনিম গৈ ছিঙি 
হেপাঁহৰ গানটি গাই 
বুকুৰে ধপধপনি সৰগম বজাই
আশাৰে গুণগুণাই মনটি ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)