প্ৰহেলিকা

©Admin
0


তুমি মোৰ অৰ্ধ মালিতা
আহি জীৱনত জ্বলাই থৈ গ'লা প্ৰেমৰ শলিতা।
যদি হোৱাই তুমি ভালপোৱা
কিয়নো মৰম বোৰ প্ৰক্ষেপ কৰিলা?
প্ৰাবল্য মোৰ যৌৱনা
উন্মনা মনেৰে কিয় ফেনেকিলা?
যদি নাছিলেই মোলৈ মৰম ভাল পোৱা
তেজীমান হৃদয় খনিক কিয় কৰিলা নিথৰুৱা?
আজি তুমি মোৰ মনত
এটি মাথোঁ মিঠা হৈ ৰ'লা প্ৰহেলিকা।

📝কিৰণজয় চাওদাং
নাহৰকটীয়া,ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)