দৈনিক ৰাশিফল

©Admin
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১ আহাৰ, মঙ্গলবাৰ,ইং ১৬জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪০/৪৬সূৰ্য্যাস্ত ঘ:৬/৫/৫৬

ৰাশি -  মীন ৰাশি ।প্ৰা:ঘ: ৬/৩/৫৬ যোৱ মেষ ৰাশি।
তিথি - কৃষ্ণা দশমী। প্ৰ: ঘ: ৫/১৯/৪০লৈ।
নক্ষত্ৰ  - ৰেৱতী ,প্ৰা:ঘ: ৬/৩/৫৬লৈ।
আদ্যঋতু হলে -  দু:শীলা যোগ।
যাত্ৰা - উত্তৰ দিশত নাই। প্ৰা: ঘ: ৫/১৯ /৪০ যোৱাত অগ্নি কোনত নাই ।
যোগিনী -  উত্তৰ দিশত । প্ৰা: ঘ: ৫/১৯ /৪০ যোৱাত অগ্নি কোনত  ।
মৰণত দোষ - এপদ।
ভক্ষাভক্ষ্য - উৰহী খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মত যোগাযোগৰ হব, যদিও সামান্য ভ্ৰমণত কষ্ট পোৱাৰ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব, লগতে সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনত শুভ, ধন আগমন হব, যদিও মনত সামান্য আস্থিৰতা  হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় বাঢ়িব, শৰীৰত সামান্য ৰোগ বৃদ্ধি হব, লগতে সামান্য মানসিক অৱসাদ হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সকলো কৰ্যত শুভ, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বৃদ্ধি হব, বিত্তত লাভ হব, লগতে সন্মান লাভ ৰ যোগ দেখা যায।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও মনত অশান্তি হব পাৰে, লগতে সন্মান হানি হোৱা যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত জতিলতা বাঢ়িব, শৰীৰত ৰোগ বাঢ়িব, লগতে  ভ্ৰমনত সামান্য বাধাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, ব্যস্ততা বাঢ়িব যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ লাভ হব, যদিও সজাগ নহলে সম্পদ হানি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত শুভ সংবাদ লাভ হব, ক্ৰীড়া ত শুভ লগতে মনটো কঠোৰ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হব, দ্ৰব্য লাভ হব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)