ৰাতি ফুলা ফুল

©Admin
0
    ৰাতিটো এনেকুৱাই
    পুৱালৈ অপেক্ষা কৰি থাকে

   ৰাতি ফুলা ফুলপাহক
   পুৱাৰ পোহৰ দেখুৱাবলৈ
 তগৰ ,শেৱালী ,গুটীমালীহঁতক  ট

পুৱাৰ পোহৰত
স্নান কৰাই সতেজ কৰিবলৈ

   
 📝হেমেন হাজৰিকা
               মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)