টুকৰী

©Admin
0
পাত চিঙা মিনিক সুধিবা
মোৰ জীৱন গাঁথা
তিনি প্ৰহৰ তেওঁ
মোৰ জীৱন সাৰথী
তেওঁয়ে কব' পাৰিব মোৰ কথা ।

ওৰে দিন পাতৰ বোজা সহ‍্য কৰো
সন্ধিয়া হে শান্তি পৰে
মিনিৰে  নিজৰ হাজাৰ  বেথা
মোৰ কথালৈ কোনে মন কৰে।

বোজাৰ ভাৰত তলি চিঙিলে 
পাতবোৰ তললৈ যায় সৰি,
কাম চলাই মোক এই অবস্থাতো
তাপলি মাৰি মাৰি,।

বগা চাহাবে আনিলে ঠগি
ওলমাই দিলে মূৰত মোক
ৰ'দ তাপ বৰুষুণত তিতে
এইটোও যে এটা জীৱন হয়
নাই কোনোৱে নুবুজে ।

                       
📝নবীন চন্দ্ৰ কুৰ্মী
   বৰপাম, চতিয়া
                     
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)