বিশ্বাস আৰু অন্ধবিশ্বাস

©Admin
0
 
আধুনিক যুগত বিশ্বাস আৰু অন্ধবিশ্বাসৰ কথা কোৱাৰ প্ৰয়োজন নাই বুলি ভাবিও, ৰহস্যকৰ এই কথাষাৰ , আলোচনাৰ বিষয় বস্তু হোৱা নিতান্তয়ে জৰুৰি, কাৰণ ধৰ্মীয় গোৰামি উগ্ৰবাদ দাম্ভিকতায়ে এইবোৰ নাইকিয়া কৰিছে , নীতি নিয়ম তথা বিশ্বাসবোৰত বৈজ্ঞানিক ভিওি আছে । এছাম মানুহে ইশ্বৰ বিশ্বাস কৰি নিজৰ নিয়ম নীতিবোৰ পিথি দি সমাজ কুলসিত কৰিছে কিন্তু নীতি নিয়মবোৰেই বিশ্বাস আৰু ধৰ্ম । এফালে বিশ্বাস আনফালে অন্ধবিশ্বাস, নিয়ম নীতিবোৰ ধোঁৱা চাঙত থৈ পুৰনি নীতি নিয়ম বোৰক জলাঞ্জলি দিছে । মহাপুৰুষ শংকৰদেৱৰ বৈজ্ঞানীক আদৰ্শ নীতিবোৰ নিয়ম অন্ধবিশ্বাস বুলি আতৰত ৰাখিছে । আপোনি যিদৰে চফা চিকুন হৈ থাকি ইশ্বৰ সেৱা নিদিস্ত নীতি নিয়মৰ মাজৰে কৰিব লাগিব, সেইদৰে  কিছুমান নীতি নিয়ম বিশ্বাস মাথোঁহে অন্ধ বিশ্বাস নহয় । বিহত্তৰ অসমীয়া সমাজত ধৰ্মীয় গোৰামী কাৰনে বিশ্বাসবোৰ অন্ধবিশ্বাস হৈছেগৈ । আমাৰ ইয়াত কাতিবিহুত কিছুমান মানুহে তুলসী পুলিৰ তলত আৰু ভঁৰালত ধাননি পথাৰত চাকি নজলাই কিন্তু এইয়াত জনামতে বৈজ্ঞানিক ভিত্তি আছে । সাত লাগিলে পৃথিৱী অসুছি হৈ থাকে, কোনো ধৰনৰ শুভ কাম কৰিব নালাগে, ভাল কথা কৰিব নালাগে কিন্তু কৰি থাকে নীতি নিয়মেই বিশ্বাস, বিশ্বাসেই ধৰ্ম অন্ধবিশ্বাস নহয় ।

    📝শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)