নাম:-'পঢ়াশালীৰ মন'
পঢ়াশালী হৈছে এখন ফুলৰ বাগিছা
আমি এই বাগিছাখনৰ নানাৰঙীফুল।
ফুলৰ বাগিছাখনক
ৰক্ষণাবেক্ষণ কৰিবলৈ যেনেকৈ এজন পৰিচালক থাকে
তেনেকৈ পঢ়াশালীকো ৰক্ষণাবেক্ষণ
কৰিবলৈ এজন পৰিচালক থাকে
তেও হৈছে শিক্ষক ।
ফুলৰ বাগিছাত বহুতো
ধৰণৰ নানাৰঙী ফুল থাকে
তেনেদৰে পঢ়াশালীতো
নানান জাতি ধৰ্মৰ
শিক্ষাৰ্থি শিক্ষাদান কৰে
শিক্ষকৰ বাবে
কোনো হিন্দু নহয়,
কোনো মুছলিম নহয়,
না কোনো খ্ৰীষ্টান।
তেওঁৰ বাবে সকলো সমান।
সেয়েহে শিক্ষকসকল
শিক্ষাৰ্থি বাবে মহান ।
📝শ্ৰীমতী পদ্মীনী চেৰ
নামৰূপ উচ্চ মাধ্যমিক বিদ্যলয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ