দৈনিক ৰাশিফল

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                          ৬ আহাৰ, ৰবিবাৰ,ইং ২১জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪০/৪৬সূৰ্য্যাস্ত ঘ:৬/৮/৮

ৰাশি - মিথুন ৰাশি‌।
তিথি - অমাৱস্যা। ঘ: ১১/১৯/১৫লৈ।
নক্ষত্ৰ  - ম‌গশিৰা,ঘ: ১/৪০/৩৩ লৈ।
আদ্যঋতু হলে -  পতিহিতা যোগ।
যাত্ৰা - ঈশান কোনত নাই।  ঘ: ১১/১৯/১৫ যোৱাত পূৱ দিশত  নাই ।
যোগিনী -  ঈশান কোনত ।  ঘ: ১১/১৯/১৫ যোৱাত পূৱ দিশত  ।
মৰণত দোষ - এপদ।
ভক্ষাভক্ষ্য - মাটিমাহ, মাছ মাংস,কোমোৰা খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যশস্যা বাঢ়িব, যদিও কৰ্মত সামান্য সমস্যা বাঢ়িব পাৰে, লগতে ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, আয় বাঢ়িব,লগতে কৰ্মত যোগাযোগ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হব, কৰ্মত শুভ যদিও সজাগ নহলে সামান্য আশা ভংগ  হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত প্ৰম আৰু কৰ্মত শুভ, যদিও সামান্য চকুৰ অসুখ হব পাৰে লগতে সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয়জনৰ আগমন হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, যদিও সংগীত শিল্পী সকলৰ শুভ, লগতে প্ৰাপ্তিৰ   যোগ দেখা যায।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনত সাহস বাঢ়িব, ভ্ৰমনৰ সুযোগ লাভ কৰিব, লগতে ধন আগমন হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম লাভ কৰিব, প্ৰেমত শুভ, লগতে কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, মনত শান্তি বাঢ়িব, লগতে নিজৰ কৰ্ম দক্ষতা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, কৰ্মত যশস্যা বাঢ়িব, যদিও সামান্য ৰোগে কষ্ট দিয়াৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সঞ্চয় মনোভাৱ বাঢ়িব, যদিও মনত হতাশা ভাৱ বাঢ়িব পাৰে লগতে বিবাদৰ পৰা আতৰি অহাৰ থাকক।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে শৰীৰত এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)