আমাৰ গাওঁ

©Admin
0
শুৱনি আমাৰ গাৱঁখনি সফলতাৰে ভৰা
জীৱিকাৰ ক্ষেত্ৰত কোনো নহয় পিছপৰা
ডাক্তৰ , প্ৰফেচৰ,শিক্ষক,লেখক সকলোৱে
পাই বটা 
খেতিয়কজনো কিন্তু নহয় পিছপৰা ৷

ভিন্নধৰ্মী অনুষ্ঠানে আমাৰ গাওঁ ভৰা
ভিন্নগোষ্ঠীৰ মানুহে মিলন সেতু গঢ়া ৷

গাৱঁত আছে এটা বৃহৎ নামঘৰ
সকলোৱে নাম লয়
বৰসবাহ,ভাওনা পাতি
সংস্কৃতিৰ উত্তৰণৰ বাবে ৷

এইখনে আমাৰ গাওঁ অতি মৰমৰ
কৃষ্টি সংস্কৃতিৰ চৰ্চা
হয় নিৰন্তৰ ৷

📝মহেন শইকীয়া
প্ৰধান শিক্ষক
নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)