মই

Rinku Rajowar
1
কৰ্ম কৰিম
মই নি:স্বাৰ্থে।
ধৈৰ্য্য ধৰিম 
মই শক্তি থকালে।
অহিত নকৰো কাৰো
মই হিত কৰিব নোৱাৰিলে।
মৰম বিলায় যাম
মই বিনীময়ত একো আশা নকৰাকে।
এই মইটোয়ে
আপোনা হবৰ পৰা বিচাৰে।
অকণ সাহস,আশীষ আৰু উদ্দীপনা
ইয়াৰ বাদে।
এই অভাজনক আৰু
একোকে নালাগে।

📝কিৰণ জয় চাওদাং
ডিব্ৰুগড় ,নাহৰকটীয়া।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment