দেওপাহাৰ অধ্যয়ন,খণ্ড - ০৬

©Admin
0

উল্লেখযোগ্য যে ৰাৱণে সীতাক হৰণ কৰি নিওঁতে জটায়ু পক্ষীৰ লগত হোৱা ৰাৱণৰ যুদ্ধ মহাভাৰতৰ ৰজা পাণ্ডুৱে হৰিণাৰ ৰূপত থকা কিমিন্দক মুনিক শৰবিদ্ধ কৰা আদি ভাস্কৰ্য আজিও দেওপাহাৰত শিলত বিদ্যামান ৷

তদুপৰি মন্দিৰৰ বিভিন্ন অংশৰ সংকেত বহনকাৰী দেৱনাগেৰী লিপিৰ ১২ খন শিলালিপিয়ে দেওপাহাৰৰ জেউতি দুগুণে চৰাইছে ৷ ইফালে দেওপাহাৰৰ মূল মন্দিৰৰ শিলাস্তম্ভৰ পৰা উত্তৰ পশ্চিম দিশে দূৰলৈ চাই পঠিয়ালে দেখা যায় যেন এখন ৰূপালী চাদৰহে পাৰি থোৱা আছে ৷


📝মহেন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)