ৰূপৰ কোঁৱৰ
ৰূপকোঁৱৰ
জাতিটোৰ গৌৰৱ .
সুন্দৰৰ আকৰ .
তোমাৰ অৰিহনা অতুলনীয়
জগতক চিনাই দিলা .
অসমীয়াৰ অস্তিত্ব .
জয়মতীৰ মাজেৰে .
জাতিৰ সত্বাক ...
জগাই তুলিলা ...
ন সুৰুযৰ জোৱাৰ ...
ধৰালৈ বোৱালা ...
জ্যোতিৰ প্ৰপাত হৈ ...
ৰূপৰ কোঁৱৰ হ'লা ...
অমৰ হ'লা ...
ৰূপকোঁৱৰ হৈ ...
বোৱালা সৃষ্টিৰ নৈ ...
জ্যোতিৰ প্ৰপাত হৈ ...
✍️ বৰষা কাশ্যপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ