মোহিনী

©Admin
0

মোহময়ী মোহিনী
আহোম ৰাজপৰিয়ালৰ বোৱাৰী
তুমি মহান ৷
অসমীয়া বোলছবিত
ভাও লৈ তুমি দেখােেৱালা 
নতুন পথৰ সন্ধান
তুমিয়েই প্ৰথম
অসমীয়া মহিলা ঠিকাদাৰ হৈ
সাহসেৰে কৰিছিলা সমাজ উন্নয়ন ৷
তুমিয়েই প্ৰতিষ্ঠা কৰিছিলা 
গ্ৰামোঞ্চলৰ যাদুঘৰ
আহোম ৰজাৰ সামগ্ৰীৰে 
চহকী কৰিলা তুমি 
মহুৰামুখৰ যাদুঘৰ ৷

📝মহেন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)