শ্বহীদ জোৱান

©Admin
0

গৈছিল,
দেশৰ ৰক্ষা বাবে 
সুস্থ সবল দুহাত, সাহস,
আৰু আইৰ আশীৰ্বাদ লৈ ।

কৰিলে সৰ্বোচ্চ ত‍্যাগ
দেশৰ বাবে দহৰ বাবে,
আহিলে ওভতি গাঁও খনলৈ
কফিনত মেৰ খাই 
এটি মাথো শৱদেহ হৈ ।

   ✍️নবীন চন্দ্ৰ কুৰ্মী
বৰপাম ,চতিয়া,বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)