ক্ৰীড়া সমাৰোহৰ আয়োজন
তৃণভোজী-মাংসভোজী
সকলো এক হ'ল
গজৰাজ খেলৰ ৰেফাৰী
তুমূল সংগ্ৰাম ৷
ৰেফাৰী গজৰাজ
দৌৰি দৌৰি ভাগৰিল ৷
মাংসভোজী সিংহই
স্থান ল'লে ষ্টাইক বেকত,
তৃণভোজী দলৰ হৈ
মহেও ল'লে একে স্থান ৷
ৰেফাৰী দঁতাল গজৰাজ
দৌৰিব নোৱাৰি
ভলকে শুদ্ধ বুলি
মাংসাহাৰিৰ বিৰুদ্ধে দিলে
পেনাল্টিৰ সুযোগ ৷
দুয়ো দলৰ মাজত
চলিন তীব্ৰ বাক-বিতণ্ডা
কাজিৰঙা হ'ল উখল মাখল ৷
📝মহেন শইকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ