জানোচা পাৰিবা

Rinku Rajowar
0
তোমাৰ সাহস জানো হ'ব
মোৰ দুচকুলৈ চাই ক'বলৈ?
তুমি বিহীন
মোৰ জীৱন পৰিপূৰক ?
তুমি পাৰিবা জানো
আমাৰ স্মৃতি বোৰক পলকতে ফেনেকিব?
তুমি মোৰ নামৰ প্ৰতিটো
ভাৱনাক নিতৌ আওকাণ কৰিব?
তুমি জগতৰ আগত সুন্দৰ অভিনয় কৰিব পাৰা
কিন্তু মোক কদাপি ঠগাব নোৱাৰা।
তুমি দহ জনক নকত ধৰি চাকত ঘূৰাব পাৰা
কিন্তু মোইটো তোমাৰ একালৰ নয়নমণি।
তুমি মোৰ সংস্পৰ্শৰ পৰা আতৰি আতৰি থাকিব পাৰা
কিন্ত্ব মোক ভুলাই নহয়।
কাৰণ............
মই এইটো জ্ঞাত।
তোমাৰ হৃদয়ৰ নগৰীত আজিও
মোৰ অস্তিত্ব অটুট আছে।

📝কিৰণ জয় চাওদাং।
নাহৰকটীয়া মহাবিদ্যালয়,ডিব্ৰুগড়,অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)