মৰম

Rinku Rajowar
0
কি এই আচৰিত বস্তু
কি নিহিত হৈ থাকে বাৰু ইয়াত ?
ইয়াক অধীনস্থ কৰিবলৈ
ইয়াৰ এধানি পৰশ পাবলৈ সকলোটি পাগল কিয় ?

মৰম এই এক মধুৰ বাণী
ইয়াৰ শিৰে শিৰে আছে প্ৰণয়নৰ শক্তি।
যিয়ে এই মৰমৰ পৰশ পায়
তেওঁ কেতিয়াও উদাসীনতাৰ বলি নহয়।

📝কিৰণ জয় চাওদাং
নাহৰকটীয়া,ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)