দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২৮ জেঠ , বৃহস্পতিবাৰ,ইং ১১ জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪০/৫০সূৰ্য্যাস্ত ঘ:৬/৩/৫১

ৰাশি -   মকৰ ৰাশি ।ঘ: ৭/১২/৪৮ যোৱাত কুম্ভ ৰাশি।
তিথি - কৃষ্ণা ষষ্ঠি। ৰা: ঘ: ১০/২৮/১১ লৈ।
নক্ষত্ৰ  - ধনিষ্ঠা ,ৰা:ঘ: ৮/৮/৩৩ লৈ।
আদ্যঋতু হলে -  সুভগা যোগ।
যাত্ৰা - পশ্চিম দিশত নাই ।ৰা: ঘ: ১০/২৭ /১১ যোৱাত বাযু কোনত নাই ।
যোগিনী - পশ্চিম দিশত ।ৰা: ঘ: ১০/২৭ /১১ যোৱাত বাযু কোনত  ।
মৰণত দোষ - নাই।ৰা:ঘ:১০/২৭/১১ যোৱাত এপদ।
ভক্ষাভক্ষ্য - নিম তিতা খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনৰ আশা পুনৰ হব, প্ৰেমত শুভ, লগতে মনৰ চিন্তা দুৰ  হোৱাৰ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  পাৰিবাৰিক সহায় লাভ হব, কৰ্ম স্থান পৰিৱৰ্তন হব পাৰে, লগতে বিবাদৰ পৰা আতৰি থাকক। 
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, যদিও মানসিক উদ্বেগ বাঢ়িব, লগতে সজাগ নহলে শত্ৰুতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত সহাৰি লাভ কৰিব, লগতে সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ভ্ৰমনত শুভ, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, সুখ বাঢ়িব, লগতে কৰ্মত আনৰ সহায় লাভৰ যোগ দেখা যায।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত নতুনকৈ আছনি গ্ৰহণ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ যোগ দেখা যায়। যদিও চিকিৎসা ত জতিলতা হোৱা দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব, লগতে সজাগ নহলে মিছা আপৱাদ পোৱাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ, অৰ্থ লাভ হব, যদিও সজাগ নহলে  সিদ্ধান্ত গ্ৰহণত সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মাতৃৰ মৰম লাভ হব, মনত উৎসাহ বাঢ়িব, যদিও মনত সামান্য ভয় আৰু উদ্বেগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত ধন আগমন হব, অৰ্থ লাভ হব, যদিও সামান্য খৰছ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, আত্মীয়ৰ আগমন হব যদিও সজাগ নহলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)