বাঘজান

©Admin
0

মোৰো আছিল এদিন 
সেউজীয়া ৰহণ সনা এটি ৰূপ।

জীৱ শ্ৰেষ্ঠৰ কৰ্মপণত,
প্ৰকৃতিৰ ধ্বংসকায়ী লীলাই
সলালে মোৰ বৰণ
কৰি তুলিলে সকলো ছাঁই।

পাম নে ঘূৰাই সেই সেউজী ৰঙ,
মোহনীয় সেই ৰূপ?
কোনে তুলিব মোক আকৌ গঢ়ি? 

      
 ✍️নবীন চন্দ্ৰ কুৰ্মী
   বৰপাম, চতিয়া, বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)