অ'মোৰ বিহুৱা ককাই

Rinku Rajowar
0
সকলো গছে জানা..
পাত সলাই কুঁহিপাত মেলে .
অ'মোৰ বিহুৱা ককাই...
ঢোল পেপা গগণা
তুমি. কৰিলানে ভাল?
আহি পালেহি আমাৰ...
মৰমৰ ঋতুৰাজ বসন্ত বিহুতি.
অ'মোৰ বিহুৱা ককাই....
আছেনে মনত তোমাৰ.
সুৰীয়া বিহু গীত বোৰ...
যোৱা বছৰৰ দৰে....
এই বছৰও তোমাৰ.
অ'মোৰ বিহুৱা ককাই. 
অ'মোৰ বিহুৱা ককাই... 
ঢোল পেপা গগণা 
গীত গাই বজাই. 
এবাৰ নচুৱাবলৈ আমাক...... 
আহিবানে তুমি?
 অ'মোৰ বিহুৱা ককাই.......

📝পিংকু দাস ,মৰিগাঁৱ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)