মা - এটা কৰুণাম কাহিনী অন্তিম খণ্ড -০৮

©Admin
0

এইফালে দেৱে খবৰটো পাই লৰালৰিকৈ ফ্লাইট ধৰি অসমলৈ উভতি আহিল মৰমৰ মাকৰ মৃত দেহটো ধৰি দেৱ হিয়া উজাৰি কান্দিবলৈ ধৰিলে " মা অ মা মা উঠানা চোৱা মই আহিলো ….৷ কিন্তু কি লাভ ইতিমধ্যে মাকে সম্পূৰ্ণ চকু মুদিলে মানৱৰ গাৰ্লফ্ৰেণ্ড জনী দেৱৰ ওচৰত আহি কান্দি কান্দি কবলৈ ধৰিলে " দাদা আজি আপোনাৰ মা নাই ইয়াৰ কাৰণ মই ময়ে মানৱক এনেই কয় দিলো নাজানিছিলো সি নিষ্ঠুৰতাৰে মাকৰ হত্যা কৰি পেলাব দাদা মোক ক্ষমা কৰি দিব " দেৱে কান্দি কান্দিয়ে ক'লে " নাই নাই তোমাৰ একো ভুল নাই ভাগ্য মোৰে বেয়া মই মোৰ মাক এৰি থৈ বিদেশত টকা ঘটিবলৈ গৈ আজি মই মোৰ মাকক হেৰোৱালো এতিয়া মোৰ জীৱনৰ কোনো অৰ্থই নাই মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল মা অ মা মই আহি আছো কিন্তু মোৰ মাক হত্যা কৰা দুৰাচাৰী ভায়েকক শাস্তি দিহে যাম এইবুলি কৈ দেৱ চকুপানী মচি দিলে মাকক চিতা অৰ্পণ কৰি ঘৰৰ আলমাৰীৰ পৰা পিস্তলটো উলিয়াই বাইকখন স্টাৰ্ট কৰি পোনেই জেলত উপস্থিত হ'লহি জেলত মানৱে দেৱক চাই হুকহুকাই কান্দিবলৈ ধৰিলে দেৱে খঙৰ ভমকত " ঐ কাক কান্দি দেখোৱাইছ যি পুত্ৰই নিজৰ স্বাৰ্থৰ বাবে জন্মদাত্ৰী জননীক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে সেই ভাই লৈ মোৰ কোনো সহানুভূতি নাই আছে মাথো গুলী এইবুলি কৈ দেৱে ভায়েকলৈ পিস্তল টোৱাই ট্ৰিগাৰত চেপা মৰাৰ লগেলগে মানৱৰ বুকুত গুলী গৈ ভেদি লে মানৱে মা বুলি কৈ ঢলি পৰিল লগেলগে দেৱে নিজৰ পিনে পিস্তলটো টোৱাই মূৰত গুলী কৰি থিতাতে বাগৰি পৰিল ইতিমধ্যে পুলিচে দুয়োটা মৃত দেহক চাই অবাক আৰু নিমাত হৈ ৰ'ল আচৰিত মা পিতেকৰ কৰুণ  কাহিনী ৷

                        সমাপ্ত

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)