সপোন

Rinku Rajowar
0
সপোন মানেই এটি মিচিকিয়া হাঁহি
দেখিলেই ভাল লাগে

মৌন ওঁঠত নাজানো
কিমান যে হাঁহি মাৰিছিলো

কাঠৰোঁকা চৰাইৰ দৰে
খুঁটি খুঁটি বাঁহ সাজিবলৈ
প্ৰয়াস কৰিছিলোঁ

জীৱনৰ সপোন বোৰ এতিয়া
এখিলা মৰহা পাতত লিপিবদ্ধ কৰিছিলোঁ

অমাৱস্যা নিশাত জিকমিকাই থকা
তৰা বোৰৰ সৈতে কথা পাতিছিলো

জীৱন জীন্দাবাদ এই জীৱন
দুটি আত্মাৰ মিলন ভূমি।।

🖋️অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)