এন্ধাৰৰ জোনাক

©Admin
0
এন্ধাৰ ৰাতি দেখিলো তোমাক 
       মোৰ মন ভৰি ।
তুমিয়ে নো   আছিলা সেই
 এন্ধাৰৰ জোনাকৰ পৰী।
ভাবিছো তোমাক কেতিয়া লগ 
পাম সেইদিনা বাৰু তোমাৰ লগত।
কিদৰে নো   মই যাম 
এন্ধাৰ ৰাতি তোমাৰ পোহৰত।
  দেখা পালো মই মোৰ কাষত 
কেতিয়া দিবা তুমি মোক ধৰা। তোমাক যে বিচাৰো মই হিয়াৰ পৰা
এন্ধাৰ  ৰাতি তুমি ।
দিবা যে মোক পোহৰ  
তোমাৰ পোহৰত জিলিকি থাকিম। 
গোটেই জীৱন ভৰ ।।

    
   🖊প্ৰমিলা বৰ্মন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)