মৰমৰ মা

©Admin
0
মা তোমাৰ দুচকুৰ পানী
মোক বেদনা  দিয়ে ৷
 মা জীৱনত একমাত্ৰ লক্ষ্য
মাৰ বাবে সুখৰ সন্ধান ৷
সুখ থাকিও যে নথকা হয়
মা তোমাৰ জীৱনত ৷
মাৰ দৃষ্টিত  সকলোবোৰ 
সমান এই সৃষ্টিত ৷
মনৰ মৰম অসীম ৷
মোৰ মা মই 
চিৰজীৱন কৃতজ্ঞ
তুমি দিলা যে জনম ৷৷

📝বিপ্লৱ ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)