চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যম (খণ্ড - ০২)

©Admin
0

চতুৰ্থ স্তম্ভৰ মূল্য আৰু সংবাদ মাধ্যমৰ তীব্ৰ গতিত সলনি হোৱা স্বৰূপ বুলি কবলৈ গ'লে এইকেইটামান কথালৈ মন কৰা উচিত ৷

যিবোৰ সৰু ক্ষেত্ৰফলৰ সংবাদ মাধ্যম আছে সেইবোৰে ডাঙৰ ডাঙৰ সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰদৰ্শন কৰিব নোৱাৰেই চেষ্টা কৰিলেও দমণ কৰি দিয়া হয় ৷ যেতিয়াৰ পৰা ইণ্টাৰনেট আৰু মবাইল সমাজত প্ৰৱেশ কৰিলে তেতিয়াৰ পৰাই সংবাদ মাধ্যমত অনুশাসন আৰু নিয়ম নীতি নোহোৱা হ'ল ৷ এক প্ৰকাৰে লেগামেই নাইকিয়া হ'ল বুলিও কব পাৰি ৷

আৰু এক কথাত কবলৈ গ'লে মিছা , ভণ্ডামি আৰু পক্ষবাদী ডাঙৰ ডাঙৰ সংবাদ মাধ্যমৰ প্ৰতি ভাবুকি ৷ যিটো ডাঙৰ ডাঙৰ সংবাদ মাধ্যমে দেখােৱাবলৈ ভয় আৰু সংকোচ কৰে সেইবোৰ সামাজিক মাধ্যমে নিৰংকুশ আৰু নিৰ্ভয়ভাৱে সমাজৰ আগত প্ৰদৰ্শন কৰি দিয়ে গতিকে ইণ্টাৰনেটৰ সামাজিক মাধ্যমে সংবাদ মাধ্যমৰ ক্ৰান্তিস্বৰূপ ৷ 

                   আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)