জীৱন মানে কি,পূৰ্ণতা নে শূন্যতা?

Rinku Rajowar
0
জীৱন মানে কি?
কাৰোবাৰ বাবে পূৰ্ণতা
আৰু কাৰোবাৰ বাবে শূন্যতা।
জীৱনে কি দিলে আমাক 
কি পালো আমি আমাৰ জীৱনৰ পৰা?
কি দিলো আমি আমাৰ জীৱনক।
কোনোবাই আনৰ জীৱনক লৈ  
হেতালি খেলিলে।
আৰু আমি বোৰে কি কৰিলো। 
শিলৰ মূৰ্তিৰ দৰে থিয় হৈ থাকি ৰং চালো।
জীৱন এটা মিঠা শব্দ।
এচাম ভণ্ড মানুহৰ হাতত কাৰোবাৰ জীৱন হয় 
শ্বাসৰুষ স্তদ্ধ।
যেন উসাহ ল'বলৈও বৰ কষ্ট হয়।
জীৱন,জীৱন বৰ অনুপম।
কাতৰ অনুৰোধ কৰিছো
নকৰিবা কাৰো জীৱনৰ লগত নৱনিৰ্মিত খেলা।
নহ'লে সকলোৰে জীৱনলৈ নামি আহিব ঘোৰ অমানিশা।

🖋️দ্বীপ দীপাংকৰ লাহন।
     বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)