বনজ সম্পদত চহকী নুমলীগড় দেওপাহাৰ- ০১

©Admin
0

নুমলীগড় দেওপাহাৰ সুন্দৰ কলা ভাস্কৰ্যৰে পৰিপুৰ্ণ ঠাই হো লগতে মূল্যৱান বনজ সম্পদতো চহকী ৷ নুমলীগড় দেওপাহাৰত এটা সুন্দৰ আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বিৰাজমান । নুমলীগড় দেওপাহাৰৰ আন এটা মনোৰম দৃশ্য হ'ল ৰঙচঙীয়া পখিলা উদ্যানখন এই উদ্যানখনত নানা বিধৰ ৰঙচঙীয়া পখিলা দেখিবলৈ পোৱা যায় ৷  বহুতো চিনেমা নিৰ্মাতা আহি ঠাইডোখৰৰ প্ৰতি আসক্ত হৈ চিনেমা শ্বটিং কৰিবলৈ আহে মোৰ দৃষ্টিত এতিয়ালৈকে নিৰ্মাণ হোৱা চিনেমাকেইখন হ'ল - লেইলা , চম্পা , হিৰো , ফুল বাগানেৰ ফুলমতি আদি এই গোটেইকেইটা চিনেমা চাহ জনগোষ্ঠীক লৈ নিৰ্মিত ৷

নুমলীগড় দেওপাহাৰত পোৱা বনজ সম্পদসমূহ হ'ল - ভেলৌ, ভজগুটি,কাক বাঁহ , চাম, আমভল, মেজাংকৰি , সৰ্পগন্ধা , বজাল , হাতীঢেঁকীয়া, বাঁহ , বন , সুমথিৰা আদি ৷ দেওপাহাৰত বনজ সম্পদৰ ভিতৰত হলৌ বান্দৰ , লাজুকী বান্দৰ , বনৰৌ লতামেকুৰী , জহমাল , শহাপহু

নাহৰফুটুকী , ঢেকীয়াপতীয়া বাঘ , কেটেলাপহু , গুঁই , হুদু , কেকো সাপৰ লগতে সকলো প্ৰজাতিৰ সাপ আদি ৷

               আগলৈ

🖋️দুলাল ৰবিদাস 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)