পানীয়ে খোৱা অসম

©Admin
0
"পানীৰ চাদৰখন"
কিমাননো পিন্ধোৱা
আৰু নিপিন্ধাৱা আমাক ।

চেনেহৰ  চিয়াং - ব্ৰহ্মপুত্ৰ
"সমস্যাৰ  একুঁকি ফুল"
কিয়নাে যাচা ??

বৰষুণ - "বৃষ্টিৰাণী"
তুমিওঁতো জিৰণি লোৱাচােন
আমাকো জিৰণি দিয়া ।
দুৰ্গতিৰ জীৱন কিয়নো  দান দিয়া ?

"পিয়াহত পানী পিব বিচাৰো
কিন্তু পানীয়েহে আমাক খায় ",
কেনেকৈ জীয়াই থাকো এনেকৈ ??

🖍মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)