বিদ্যালয়ৰ পৰা ফুৰিবলৈ যাওঁতে ছোৱালীজনীয়ে কাষত থকা অৰণ্যৰ পৰা কাৰোবাৰ আৰ্তনাদ শুনিলে।চাবলৈ যাওঁতেই ছোৱালীজনী হেৰাই গ'ল গভীৰ অৰণ্যখনত।তাইৰ আৰ্তনাদ চিৰদিনৰ কাৰণে তেতিয়াই নিঃশেষ হৈ পৰিল।
📝অৰ্পিতা সৰকাৰ (কোকৰাঝাৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ