নাক কাটিলে এইজনীয়ে

©Admin
0
:=ঐ, বগী শুনিবলৈ পাইছনে যে হৰমাই জীয়েক গিৰিয়েকৰ ঘৰৰ পৰা উভতি আহিছে!
:= হয় অ... শুনিছিলো কালি।  মাক দেউতাকৰ নাক কাটিলে এই কুলক্ষণী জনীয়ে!  ছি ছি.. 
:= হয়দে অ, লাজ নোহোৱা এই চব। আৰু কি জাননে গিৰিয়েকে বোলে সদায় মদ খাই মাৰ পিট কৰে তাইক, এদিন গাত কেৰাচিন ধালি দিছিল, আৰু এদিন হেনো গোৰ মাৰি দিছিল! পেটত পোৱালিটো মৰি থাকিলে! 
:= তথাপিও, সহ্য কৰিব লাগে অলপ, এতিয়া ঘৰৰ নাক হে কাটিলে..... 


📝ৰিমজিম দেৱী 
শোণিতপুৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)