হে ভগৱান

©Admin
0


হে ভগৱান হে দয়ানিধান
তোমাৰ মহিমা অপাৰ,
তুমি নকৰিলে নহয় কাৰো অপকাৰ,
তুমি কৰিলে হয় সকলোৰে উপকাৰ
সেয়ে তোমাৰ মহিমা অপাৰ।
তুমি এই জগতৰ ধ্বংসকৰ্তা,
তুমিয়েই এই জগতৰ সৃষ্টি কৰ্তা,
তুমি আমাৰ জগত কৰ্তা।
তোমাৰ কাৰণে আমি এই
সুন্দৰ জগত খন দেখিলো
তোমাৰ কাৰণে আমি এই
প্ৰকৃতিৰ সৌন্দৰ্য্যক চিনি পালো
তুমি এই ধুনীয়া ধৰাখনৰ সৃষ্টি কৰ্তা।

📝শ্ৰীমতী পদ্মীনি চেৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)