Home মৰমী মুদৈ চিলনীৰ জীয়েকৰ কথাৰে চিলনীৰ জীয়েকৰ কথাৰে person©Admin July 21, 2020 0 share এৰি অহা বাটৰ কেঁকুৰিত বহিসাত হাত চুলিৰ'দাই তাই দীঘল চুলিৰ আঁৰতপবালি আঙুলিয়েবাট হেৰুৱাইহাতৰ বুকুত হেৰুৱাই আঙুলিআকাশলৈ চাইঈশ্বৰক ধিয়াইপোহৰ বাটক এন্ধাৰে নুৰিয়াইকোন ঈশ্বৰে থাপনা এৰিচিলনীৰ জীয়েকক কন্দুৱাই ৷✍️মৰমী মুদৈ Tags কবিতামৰমী মুদৈ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ