সাঁচিপাত

Rinku Rajowar
0
শাওনৰ পথাৰত
ভুই-ৰুই থাকোতে
কবিতা জাগি উঠে
মোৰ সেউজীয়া বুকুত ।

শাওনৰ বৰষুণত তিতি
বোকা পানীত হাত ধুই
শাওনৰ পথাৰতে বহি ।

হাতত কলম লৈ
লিখি গলো  কবিতা
অতীতৰ সাঁচি পাতত ।।
    
  📝 বিনিতা বৰা
      
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)