অনবৰতে সৰু ম'বাইলটো হাতত লৈ কাম বন বাদ দি মাকৰ ঘৰলৈ ফোন কৰি থকা পত্নী ৰুবিক দেখি অৰ্ণবে মুখতে ভোৰ ভোৰালে,,,
,''''মাটি ৰুৱা মাজখাল ছোৱালী আনিবা জাত ভাল,,,''"
কথাষাৰ পত্নীৰ কাণত পৰিলত জাতত ধৰি কথা কোৱাৰ বাবে পোনচাটেই মাকৰ ঘৰলৈ
যাবলৈ টোপোলা বান্ধিলে l
কথাটো অৰ্ণবে ডাঙৰ হোৱাৰ ভয়তে যি লাগে তাকে লোৱা খং নকৰি ঘৰতে থাকা
বুলি কাবৌ কাকূুতি কৰিলত পত্নীয়ে কলে,
সৰু ম'বাইলত কথা পাতিবহে পাৰি ,ফটো তুলিব পৰা ম'বাইল ললে সদায় চেল্ফি তুলি পঠাৱ পৰা পৰা যাব,তেনে এটা মবাইল আনিবলৈ ,উপায়ন্তৰ হৈ সি বাধ্য হল,
এইবাৰ সি মনতে ভাবিলে ,,,,,
'''""কথাতে বঁটা পায় কথাতে কটা যায়''""
তাৰো কথাষাৰ কোৱা ভুলৰ এই গতি
📝দুলুমনি দেৱী (মাকুম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ