প্ৰয়োজন

©Admin
0
মোৰ প্ৰয়োজন আছে হয়টো সকলোৰে প্ৰয়োজন তেওঁক ।

 তেওঁক মোৰ প্ৰয়োজন আছে, হয়টো সকলোৰে প্ৰয়োজন আছে নহলে 
দেশত নিহকিন আৰু খাতি খোৱা ব্যক্তিৰ হকে মাত মতা সিংহ পুৰুষৰ বলিস্ত কন্ঠ নাইকিয়া হব ।

 বনিক শ্ৰেনীক খেদি পথাব বিছাৰিছিল আমাৰ দেশৰ ঐতিৰ্য্য বহন কৰা নদীৰ কাষৰ পৰা ।

খেতিয়কৰ পাপ্য অধিকাৰত মাত মতাৰ বাবে ।

খাতি খোৱা মানুহৰ হকে মাত মতাৰ বাবে ।

জাতিটোক হকে মাত মতাৰ বাবে।

চদ্মবেশি মিছা পুৰুষৰ হাতত কস্ত কৰি আন্দোলনৰ মাধ্যমেৰে পৰিৰ্বতন কৰিবলৈ ছেস্তা ছলাইছি আৰু ক্ষমতাৰ দিয়াত সফল কৰাইছিল । সেই সকল লোকেই চাৰিবেৰৰ মাজত কাৰাৰুদ্ধ কৰি ৰাখিছে তেওঁ ।

বোলে তেওঁ দেশদ্ৰোহী, 
ৰাষ্ট্ৰদ্ৰোহী । হয়টো স্বাৰ্থ লোভ থকা হ'লে বহুত কিবা কিবি কৰিব পাৰিলে হেতেন ।

ৰঙা নীলা লাইতৰ গাড়ী শীতলিকৰন ৰুমত আতিথ্যৰে থাকিব পাৰিলে হেতেন ।

মানৱতাৰ খাতিৰত ৰাইজৰ কাৰণে মুক্ত কৰি দিয়ক ।
সছা কিন্তু তেওঁক আমাৰ প্ৰয়োজন ।

 📝শ্ৰী উৎপল দাস
বোকাখাত কুৰুৱাবাহী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)