নহ'লে ফাট মেলিব ভূমি
কাপোৰ ফাটিলে দৰ্জী
বেমাৰ হ'লে ঔষধ
মন ভাঙিলে আই
মেঘে গৰজীলে বৃষ্টি
বিপদত পৰিলে বন্ধু
ধন লাগিলে পিতা
জীৱন যাত্ৰা পথত উত্তম সংগী
ভোক লাগিলে আহাৰ
পিয়াহ লাগিলে পানী
সেয়হে প্ৰকৃতিৰ অনুদানক
নকৰিবা অপমান
নহ'লে প্ৰকৃতি ৰুষ্ট হ'লে
সকলো কৰি পেলাব থানবান ৷৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ