জীৱন

©Admin
0

   জীৱন এনে এখিন জীৱনী
বহু গভীৰ আৰু ৰহস্যময়ী 
জীৱন সংগ্ৰামৰ বাতট'
আজি যে মই অকলশৰীয়া'
জীৱন সাগৰত নাও মেলি যেন আজি মই দীখ সাৰা'
বহু ঘাট প্ৰতিঘাত
থমকি ৰলো জীৱন সাগৰৰ 
দুটি পাৰত।
জীৱন যেন এটি বুৱটি সুটি 
যাৰ অন্ত সাগৰৰ বিশাল গভিৰৰ ৰ্গভ।


📝বিদ্যুৎ গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)