বান

©Admin
0
 

বান‌ , বান, বান
কি ৰূপ লৈ আহিলা তুমি?
ঘৰ -বাৰী ভাঙি - ছিঙি 
উটুৱাই নিলা তুমি। 

বান, বান, বান
কিযে মহামাৰী জিলা জিলাই সোমাই 
ল'লা তুমি মানুহৰ প্ৰাণ  
শ শ লোকৰ জীৱন ল'লা তুমি। 

বান, বান, বান
যোৱা তুমি অহাৰ বাটেৰে উভতি 
শান্তি দিয়া আমাক
কৰিছো তোমাক মিনতি।

📝তন্ময় শ্যামল কুৰ্মি
পঞ্চম শ্ৰেণী 
জকাই আদৰ্শ জাতীয় বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)