সাঁথৰ

©Admin
0
১/ ৰজাৰ ঘৰৰ হাতী ধান খাই পাচি পাচি
উত্তৰঃ ঢেঁকী
২/ ৰজাৰ ঘৰৰ ৰাজহাঁহ , কণী পাৰে কিমান গণিব পাৰে
উত্তৰঃ তৰা
৩/ গছত লাগে, আনোতাই আনে,বান্ধোতাই,বান্ধে,খাওঁতাই খাই কিন্ত পেলাই দিয়ে ?
উত্তৰঃ তেজপাত
৪/ গৰু নহয় ঘাঁহ খাই , পক্ষী নহয় উৰি যায়?
উত্তৰঃ ফৰিং
৫/ মাত আছে মানুহ নাই,ঘৰ আছে দুৱাৰ নাই ?
উত্তৰঃ ৰেডিঅ ’

সংগ্ৰাহক - সন্ধিয়া তাঁতী (অষ্টম শ্ৰেণী)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)