দেওপাহাৰ অধ্যয়ন (খণ্ড - ০৮)

©Admin
0
পৰ্যটকৰ আকৰ্ষণৰ বাবে দেওপাহাৰক লৈ কৰিবলগা বহুতো আছে ৷ দেওপাহাৰৰ শীৰ্ষত থকা প্ৰাচীন শৈল ভাস্কৰ্য দৰ্শন কৰা সকলোৰে বাবে সম্ভৱ নহয় ৷ গাড়ী উঠাবৰ বাবে যি ব্যৱস্থা কৰা হৈছিল সেইয়াও সম্পূৰ্ণ নহল ৷ বহু সময়ত দেওপাহাৰৰ প্ৰাচীন মন্দিৰৰ খটখটীৰ পৰা বাগৰি পৰি বহুলোক আহত হৈছে ৷ তদুপৰি দেওপাহাৰৰ প্ৰাচীন শৈল ভাস্কৰ্য থকা এলেকাত কিছু অবৈধ কাৰ্যকলাপ গঢ়ি উঠিছে ৷ বহু সময়ত দেখা যায় প্ৰেমিক প্ৰেমিকাৰ বাবে যেন এখন পাৰ্কহে ৷
শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণে দেওপাহাৰক প্ৰস্তাৱিক বনাঞ্চলৰ পৰিৱৰ্তে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰিছে এই ঘোষণাই দেওপাহাৰৰ বনাঞ্চলৰ লগতে বন্যপ্ৰাণীৰ বিশেষ সহায়ক হব ৷
                 আগলৈ•••

📝মহেন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)