মানুহ পৰিস্থিতিৰ দাস

©Admin
0

অকে অকে হ'ব দিয়া।ভালে থাকিবা সখী।মাক ঔষধবোৰ সময়মতে খোৱাবা।

           হোৱাটচেপৰ মজিয়াখনত লগ পোৱা চিনুজনী সহজ আৰু নিঁভাজ লগতে তাইৰ পৰিস্থিতিসাপেক্ষে কঠোৰ হ'ব পৰা গুণ এটাও আছে। যোৱাকালি সখীয়ে বহুদিনৰ মূৰত ফোন কৰিছিল সখী বেয়া নাপাবা।লগ পোৱাৰ প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈয়ে থাকক মই এতিয়া দেহ বিক্ৰী কৰো বজাৰত, চাহিদা বেছি।উপায় নাই....।নিমিষতে মনটো এসোপা অন্ধকাৰে বেৰি ধৰিলে গাটো জিকাৰ খাই উঠিল।


📝পংখী মৰাণ
তিনিচুকীয়া


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)