তুমি

©Admin
0

তোমাৰ কথা মনত পৰিলে
ভাহি উঠে মানস পটত
বীজগনিতৰ একাবেকা
কিছুমান সমীকৰণ ৷
তুমিয়েতো কৈছিলা দুখন হিয়াৰ মিলনেই প্ৰেম বুলি !
প্ৰিয়তমা কাহানিও কোৱা নাছিলা তুমি ৷
ডাৱৰৰ মাজত হেৰাই যাবা
বুলি ৷
তুমি আহিবা প্ৰিয়া 
সময়ৰ নতুন দিগন্তত
আহিবা তুমি প্ৰেয়সীৰ ৰূপত
ফাগুনৰ নঙঠা গছে
বহাগী সন্ধিক্ষণত
ন, ন, ৰূপ সলাব যেতিয়া
তুমি আহিবা তেতিয়া 
নতুন দিনৰ বতৰা 
লবলৈ ......
মই তাৰেই অপেক্ষাত !!

📝শশধৰ কলিতা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)