অত্যাৱশ্যকীয়

©Admin
0
অত্যাৱশ্যকীয় সামগ্ৰীত কাম কৰা সকলে দেশৰ প্ৰতিটো সময়তে কাম কৰি দেশৰ জনসাধাৰণৰ সেৱা আগবঢ়াব লাগে।দিনে ৰাতিয়ে কাম কৰি থকাৰ পিছতো কোনো দৃষ্টিত  নপৰে।কাম কৰালৈকে চলি থাকে নোৱাৰিলে তেওঁক বিদাই দিয়ে কোনো ধৰণে বিভাগৰ পৰা সন্মান নিদিয়ে।কম মজুৰিত কাম কৰি জীৱন পাৰ কৰি বুঢ়া বয়সত বহুত কষ্টৰে দিন পাৰ কৰে কিন্তু চৰকাৰী অনুষ্ঠানত কাম কৰা সকলে বহুত ভালধৰণে দিন পাৰ কৰে।ব্যক্তিগত অনুষ্ঠানৰ মালিকৰ পক্ষে মজুৰিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে লুণ্ঠন কৰি থাকে তাৰ ওপৰত নিয়ন্ত্ৰণ নাইকিয়া।দেশৰ প্ৰগতিত এইসকলৰ অৰিহণা বহুত,এইক্ষেত্ৰত কোনোধৰণৰ আলোচনা হোৱা নাই। মহামাৰী সময়ত দেশৰ কাৰফিউ লকডাউন আদিত নিজৰ কথা নাভাবি স্বাস্থ্যৰ কথা নাভাবিও নিৰন্তৰে কাম কৰি গৈছে।যদি এইসকলৰ ভৱিষ্যতৰ কথা নাভাবে দেশৰ ভৱিষ্যত নাইকিয়া হব;কিন্তু এইসকলৰ কাৰণে বেলেগে বাহ লৈছে।যি সময়ত আঁচনি ইতিহাসত এইসকলৰ নাম নাথাকিলে আঁচনি ইতিহাস লিখাজনক ইতিহাসে হাঁহিব।

         
✍🏻শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)