আজিৰ দিনটোৰ বিশেষত্ব ১৫ জুলাই

Rinku Rajowar
0
⚫ ১৮১৫ চনৰ আজিৰ দিনটোত ৱাটাৰলু যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপার্টেৰ ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পন।

⚫ ১৯০৩ চনৰ আজিৰ দিনটোত বিশিষ্ট স্বাধীনতা সংগ্রামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম।

⚫ ১৯১৯ চনৰ আজিৰ দিনটোত ৰসায়নবিজ্ঞানৰ নোবেল বিজয়ী প্রখ্যাত জার্মান ৰসায়নবিদ হেমান এমিল ফিছখাৰৰ মৃত্যু। 

সংগৃহীত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)