আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                ৮ শাওণ,শুক্ৰবাৰ,ইং  ২৪ জুলাই ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫১/৫৩সূৰ্য্যাস্ত ঘ:৬/৬/৪৩

ৰাশি - সিংহ ৰাশি।ৰা:ঘ: ১০/৩৭/৩৮ যোৱাত কন্যা।
তিথি - শুক্লা চতুৰ্থী স:ঘ:- ৪/২৩/৫৯ লৈ।
নক্ষত্ৰ  - পূৰ্ব্বাফাল্গুনী ,আ:ঘ: ৫/২/৩লৈ ।
আদ্যঋতু হলে -  কান্তা যোগ।
যাত্ৰা - নৈঋত কোনত নাই।আ:ঘ: ৫/২৩/৫৯-যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত ।আ:ঘ: ৫/২৩/৫৯-যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - নাই। আ:ঘ:৫/২/৩ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য -   বেল ,মুলা খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  আজিৰ দিনটোত সম্পদ বাঢ়িব, কৰ্মত সফল হব যদিও সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও  কৰ্মত জতিলতা আহিব পাৰে লগতে সজাগ নহলে সামান্য গৃহ অশান্তি  হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সূনাম বিঢ়িব, কৰ্মত আনন্দ বাঢ়িব, লগতে বেচা কিনাত শুভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে সজাগ নহলে ব্যয় হোৱাৰ যোগ  দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত শুভ, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ উন্নতি হব, সমস্যাৰ সমাধান হব, লগতে আনৰ সহায় লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সন্মান লাভ হব, প্ৰেম আৰু কৰ্মত শুভ, যদিও সজাগ নহলে সামান্য সন্মান হানি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, সমস্যাৰ সমাধান হব, লগতে ভ্ৰমনৰ শুভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ শুভ, শত্ৰু ক্ষয় হব, যদিও মনত সামান্য ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, ধন মান লাভ হব, লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত  মনত আনন্দ বাঢ়িব, লগতে শুভ সংবাদ লাভ হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধি বৃদ্ধি হব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                          জালুকবাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)